पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিজুলী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিজুলী   বিশেষ্য

अर्थ : ডাৱৰৰ সঘন অহা-যোৱা কৰাৰ ফলত সঞ্চাৰিত হোৱা বিদ্যুৎশক্তিৰ ফলত আকাশত অলপ সময়ৰ কাৰণে দেখা দিয়া পোহৰ

उदाहरण : আকাশত ৰৈ ৰৈ বিজুলী চমকিছিল

अर्थ : কোনো বিশেষ কামৰ জৰিয়তে উৎপন্ন কৰিব পৰা এক শক্তি যাৰ দ্বাৰা বস্তুৰ মাজত আকর্ষণ আৰু বি্কর্ষণ ্তথা তাপ আৰু পোহৰ উৎপন্ন কৰে

उदाहरण : পানীৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি

पर्यायवाची : বিদ্যুত, বিদ্যুৎ

चौपाल