पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিজ্ঞপ্তি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিজ্ঞপ্তি   বিশেষ্য

अर्थ : কোনো কথা কোৱা বা জনোৱা কার্য

उदाहरण : বিশ্ব স্বাস্থ্য সংস্থাৰ এক বিজ্ঞপ্তি অনুসৰি সমগ্র পৃথিৱীত বছৰি নিগনিয়ে ৩৩ কোটি টন চাউল খায়

अर्थ : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

उदाहरण : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

पर्यायवाची : ইস্তাহাৰ, বিজ্ঞাপন

বিজ্ঞপ্তি   বিশেষণ

अर्थ : যাৰ বিষয়ে জনোৱা হৈছে বা যাৰ জাননী দিয়া হৈছে

उदाहरण : এই বিজ্ঞপ্তিটোৰ বিষয়ে সকলো অৱগত

चौपाल