सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয়ত জড় পদার্থ ্বা লৌকিক বিষয়ৰ ্সন্দর্ভত ্লাভ কৰা কোনো কথা বা তত্ত্বৰ প্রণালীবদ্ধ বিৱৰণ যি এক স্বয়ং সম্পূর্ণ ্শাস্ত্রৰ ৰূপত থাকে
उदाहरण : ৰামে ৰাজনীতি বিজ্ঞান পঢ়ি আছে ৰাহুলে বর্ত্্মান জ্যোতিষ বিদ্যা অধ্যয়ন কৰি আছে
पर्यायवाची : বিজ্ঞান, শাস্ত্র
अर्थ : মোক্ষ প্রাপ্তি বা পৰম পুৰুষার্থ সিদ্ধি কৰা জ্ঞান
उदाहरण : বিদ্যাৰ অভাৱত জীৱই জন্ম-মৃত্যুৰ পাকত পৰি থাকে
अर्थ : শিক্ষা আদিৰ পৰা লাভ কৰা জ্ঞান
उदाहरण : পুৰণিকালত কাশী বিদ্যা লাভৰ কেন্দ্র আছিল
इंस्टॉल करें