पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিনিয়োগ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিনিয়োগ   বিশেষ্য

अर्थ : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা

उदाहरण : কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে

पर्यायवाची : বিনিয়োজন

अर्थ : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য

उदाहरण : তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে

पर्यायवाची : বিনিয়োজন

अर्थ : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য

उदाहरण : তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে

पर्यायवाची : বিনিয়োজন

अर्थ : ব্যৱসায়, আয় আদিৰ উদ্দেশ্যে পুঁজি লগোৱা কৰা কার্য

उदाहरण : লাখ টকাৰ পুঁজি বিনিয়োগ কৰাৰ পিছতো এই ব্যৱসায়ত লাভৰ মুখ দেখা নগʼল

पर्यायवाची : পুঁজি বিনিয়োগ, পুঁজি-বিনিয়োগ

अर्थ : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ

उदाहरण : মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে

पर्यायवाची : বিনিয়োজন

चौपाल