सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
उदाहरण : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
पर्यायवाची : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ
अर्थ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
उदाहरण : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
पर्यायवाची : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত
अर्थ : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়
उदाहरण : জলৰ বিপৰীত শ্্ব্দটো লিখক
अर्थ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
उदाहरण : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
पर्यायवाची : প্রতিকূল, প্রতীপ, বিৰুদ্ধ
इंस्टॉल करें