पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিবাদ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিবাদ   বিশেষ্য

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरण : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

पर्यायवाची : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : দুই বা ততোধিক বিৰোধী পক্ষ থকা আৰু যাৰ সত্যতাৰ প্রমাণ হʼবলৈ আছে তেনেধৰণৰ কথা বা বিষয়

उदाहरण : ৰাম আৰু শ্যামৰ মাজত চলি থকা ভূমিৰ বিবাদৰ এতিয়ালৈকে কোনো সিদ্ধান্ত নহʼল

चौपाल