पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিভাগ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিভাগ   বিশেষ্য

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरण : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

पर्यायवाची : অংগ, অংশ, খণ্ড, টুকুৰা, ভাগ

अर्थ : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ

उदाहरण : তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে

पर्यायवाची : কার্যবিভাগ

अर्थ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

उदाहरण : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

पर्यायवाची : অংশ, দিশ, পক্ষ

अर्थ : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র

उदाहरण : আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?

पर्यायवाची : মহকুমা

चौपाल