सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চলি থকা বা হৈ থকা কাম কিছু সময়ৰ বাবে ৰখাই দিয়া কার্য
उदाहरण : অসময়ত অহা বৰষুণজাকৰ বাবে কার্যসূচীৰ পলম হোৱাটো স্বাভাৱিক
पर्यायवाची : পলম
अर्थ : নিয়ত বা সাধাৰণতকৈ বেছি সময়
उदाहरण : মোৰ ইয়ালৈ অহাত দেৰি হʼলেও চিন্তা কৰিব নালাগে
पर्यायवाची : আলম-বিলম, গহৰি, দেৰি, পলম
इंस्टॉल करें