अर्थ : পাচলি হিচাপে খোৱা আৰু পকিলে ৰঙা-হালধীয়া হোৱা টেঙা সোৱাদৰ এবিধ মঙহাল ফল
उदाहरण :
মায়ে চাটনি বনাবলৈ বিলাহী কাটি আছে
अर्थ : এবিধ সৰু উদ্ভিদত লগা সৰুচানেকীয়া থোপোকা গুটীয়া ফল যাক আঞ্জা হিচাপে খোৱা হয়
उदाहरण :
তেখেতে ঘৰৰ পিছফালে বিলাহীৰ খেতি কৰিছে