सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু অন্য ধৰণৰ কোনো বস্তুৰ সৈতে মিলি যোৱা কার্য
उदाहरण : এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়
अर्थ : যিটো লুপ্ত হৈ গৈছে
उदाहरण : ডাইনোচৰ এবিধ বিলুপ্ত প্রাণী
पर्यायवाची : অৱলুপ্ত, নিশ্চিহ্ন, বিলুপ্ত, লীন, লুপ্ত, লোপ পোৱা-, লয়প্রাপ্ত
अर्थ : লীন হৈ থকা
उदाहरण : বৈজ্ঞানিকে জল-বিলীন তত্ত্ববোৰৰ অনুসন্ধান কৰি আছে
अर्थ : যিটো নাশ হৈছে
उदाहरण : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল
पर्यायवाची : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, লীন, শেষ
इंस्टॉल करें