अर्थ : বিশ্বাসঘাতকতা কৰা ব্যক্তি
उदाहरण :
আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
पर्यायवाची : বিশ্বাসঘাতক, বিশ্বাসঘাতী
अर्थ : যি বিশ্বাসঘাতকতা কৰে
उदाहरण :
বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
पर्यायवाची : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
अर्थ : বিশ্বাসঘাত কৰোতাজন
उदाहरण :
বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
पर्यायवाची : বিশ্বাসঘাতক, বিশ্বাসঘাতী