अर्थ : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
उदाहरण :
সকলো চাকৰেই বিশ্বাসী নহয়
पर्यायवाची : কৃতজ্ঞ, প্রভুভক্ত, স্বামীভক্ত
अर्थ : বিশ্বাস কৰা লোক
उदाहरण :
তেওঁ ্মোৰ সততাৰ প্রতি বিশ্বাসী
पर्यायवाची : প্রত্যয়ার্হ, বিশ্বাস কৰোঁতা, বিশ্বাসযোগ্য, বিশ্বাসশীল, বিশ্বাস্য
अर्थ : যিজন বিশ্বাসৰ যোগ্য বা যাৰ ওপৰত বিশ্বাস কৰিব পাৰি
उदाहरण :
শ্যাম বিশ্বাসী ব্যক্তি
पर्यायवाची : বিশ্বসনীয়, বিশ্বাসযোগ্য, বিস্বস্ত