सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
उदाहरण : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
पर्यायवाची : কামী, কামুক, ভোগী, লম্পট
अर्थ : যাৰ কামবাসনা বহুত
उदाहरण : তেওঁ এজন ্কামুক ব্যক্তি
पर्यायवाची : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
अर्थ : বিষয় আদিৰ ভোগ কৰোঁতা
उदाहरण : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
पर्यायवाची : বিষয়াসক্ত, ভোগী
इंस्टॉल करें