पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিস্তাৰ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিস্তাৰ কৰা   ক্ৰিয়া

अर्थ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

उदाहरण : তেওঁ বিচনাত চাদৰখন মেলি দিলে

पर्यायवाची : পাৰি দিয়া, মেলা, মেলি দিয়া

अर्थ : কোনো বস্তুৰ প্রসাৰিতকৰণ

उदाहरण : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

पर्यायवाची : বহলকৈ মেলা, মেলা, মেলি দিয়া

अर्थ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা

उदाहरण : বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে

पर्यायवाची : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা

चौपाल