सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ বিবাহ সম্পন্ন হোৱা সামাজিক সমাৰোহ
उदाहरण : মই এখন বিয়ালৈ যাব লাগে বিয়া-বাৰুলেতো যাবই লাগে
पर्यायवाची : বিবাহ, বিয়া-বাৰু
अर्थ : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া
उदाहरण : সোহনৰ বিয়া ৰাধাৰ লগত হʼল
पर्यायवाची : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিবাহ, বিৱাহ, শুভপৰিণয়, শুভবিবাহ
इंस्टॉल करें