पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিৰক্তি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিৰক্তি   বিশেষ্য

अर्थ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

उदाहरण : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

पर्यायवाची : অসন্তুষ্টতা, আমনি, তিক্ততা

अर्थ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

उदाहरण : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

पर्यायवाची : আমনি

अर्थ : আমনি লগা পৰিস্থিতি

उदाहरण : দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ

अर्थ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

उदाहरण : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

पर्यायवाची : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰাগ

अर्थ : বিৰক্তিৰ অৱস্থা বা ভাৱ

उदाहरण : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

पर्यायवाची : আমনি

अर्थ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

उदाहरण : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

पर्यायवाची : অনাসক্তি, আসক্তিহীনতা, বিৰাগ

चौपाल