अर्थ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
उदाहरण :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
पर्यायवाची : অসন্তুষ্টতা, আমনি, তিক্ততা
अर्थ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
उदाहरण :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
पर्यायवाची : আমনি
अर्थ : আমনি লগা পৰিস্থিতি
उदाहरण :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
अर्थ : বিৰক্তিৰ অৱস্থা বা ভাৱ
उदाहरण :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
पर्यायवाची : আমনি
अर्थ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
उदाहरण :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
पर्यायवाची : অনাসক্তি, আসক্তিহীনতা, বিৰাগ