सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো খেল আদিৰ মাজত হোৱা কিছু সময়ৰ অৱকাশ
उदाहरण : খেলৰ বিৰতিত মই চাহ খাবলৈ গʼলোঁ
पर्यायवाची : মধ্যান্তৰ
अर्थ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
उदाहरण : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
पर्यायवाची : অৱকাশ, অৱসৰ, ছুটী, বিৰাম
इंस्टॉल करें