सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
उदाहरण : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
पर्यायवाची : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি
अर्थ : সাংসাৰিক সুখ ভোগেৰে মন পূর্ণ ্হোৱাৰ কাৰণে তাৰ প্রতি আসক্তি নোহোৱা অৱস্থা বা ভাব
उदाहरण : তেওঁৰ ্ জগত-সংসাৰৰ পৰা বিৰাগ জন্মিছে মন বৈৰাগী হৈ পৰিছে
पर्यायवाची : বৈৰাগ, বৈৰাগ্য
अर्थ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
उदाहरण : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
पर्यायवाची : অনাসক্তি, আসক্তিহীনতা, বিৰক্তি
अर्थ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
उदाहरण : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
पर्यायवाची : বিমুখ, বিৰক্ত, বৈৰাগী, সন্যাসী
इंस्टॉल करें