सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
उदाहरण : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
पर्यायवाची : অন্যথা, উল্টা, ওলোটা, বিপৰীত
अर्थ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
उदाहरण : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
पर्यायवाची : প্রতিকূল, প্রতীপ, বিপৰীত
इंस्टॉल करें