सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
उदाहरण : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
पर्यायवाची : খণ্ডন, প্রতিবাদ
अर्थ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
उदाहरण : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
पर्यायवाची : আপত্তি
अर्थ : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
उदाहरण : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
पर्यायवाची : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা
इंस्टॉल करें