पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বিৰোধী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বিৰোধী   বিশেষ্য

अर्थ : বিৰোধ কৰোতা ব্যক্তি

उदाहरण : বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব

पर्यायवाची : বিৰোধক

अर्थ : যিজন বিপক্ষত থাকে

उदाहरण : বিৰোধীপক্ষই সংসদত হুলস্থূল লগাই দিলে

पर्यायवाची : প্রতিপক্ষ, বিপক্ষ

বিৰোধী   বিশেষণ

अर्थ : যি বিৰোধত আছে

उदाहरण : এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে

अर्थ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা

उदाहरण : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু

पर्यायवाची : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিপৰীত, সম্পূর্ণ বিপৰীত

अर्थ : বিৰোধ কৰোতা

उदाहरण : বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?

चौपाल