अर्थ : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
उदाहरण :
বুগী লিপিত টাটু আদি অঁকা হয়
पर्यायवाची : বুগী লিপি
अर्थ : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
उदाहरण :
তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
पर्यायवाची : বুগী ভাষা
अर्थ : ছুলাৱেসী দ্বীপৰ অধিবাসী
उदाहरण :
তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে