अर्थ : ধ্যান বা বোধলৈ অহা
उदाहरण :
এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
अर्थ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
उदाहरण :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
पर्यायवाची : জনা