अर्थ : ডাকিব পৰা এবিধ সৰু আকাৰৰ বিষাক্ত সৰীসৃপ
उदाहरण :
তেওঁক বৃশ্চিকে ডাকিলে
अर्थ : ৰাশিচক্রৰ দ্বাদশ ৰাশিৰ মাজৰ অষ্টম ৰাশি যʼত বিশাখাৰ অন্তিম পাদ, সম্পূর্ণ অনুৰাধা আৰু জেষ্ঠা নক্ষত্র আছে
उदाहरण :
বৃশ্চিক ৰাশিৰ চিহ্ন বিছা
पर्यायवाची : বৃশ্চিক ৰাশি, বৃশ্চিকৰাশি