सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
उदाहरण : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
पर्यायवाची : মাৰি, লাখুটি, লাঠি
अर्थ : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা
उदाहरण : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে
अर्थ : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
उदाहरण : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
पर्यायवाची : বেতস, বেতসলতা, বেত্র
इंस्टॉल करें