पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বেলেগ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বেলেগ কৰা   ক্ৰিয়া

अर्थ : কোনো এক সমষ্টি বা গোটৰ পৰা বেলেগ কৰা:তেওঁ ্ পাচিটোৰ পৰা ভাল ভাল আম বাছি আছে

उदाहरण :

पर्यायवाची : আঁতৰ্ কৰা, পৃথক কৰা, বাছা

अर्थ : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা

उदाहरण : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত

पर्यायवाची : আঁতৰ ্কৰা, আঁতৰোৱা, পৃথক কৰা

अर्थ : বেলেগ বা পৃথক কৰা

उदाहरण : সীতাই চাউলত মিহলি হৈ থকা ডালিখিনি বেলেগ কৰি আছে

पर्यायवाची : পৃথক কৰা

चौपाल