पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বেৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বেৰা   বিশেষ্য

अर्थ : বেৰ আদিৰে ঘেৰি থকা ঠাই

उदाहरण : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

पर्यायवाची : ঘেৰা

अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

उदाहरण : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

पर्यायवाची : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ

अर्थ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

उदाहरण : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

पर्यायवाची : হেঙাৰ, ৰেলিঙ

अर्थ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়

उदाहरण : শিলেৰে বনোৱা বেৰ মজবুত হয়

पर्यायवाची : দেৱাল, প্রাচীৰ, বেৰ, ৱাল

বেৰা   ক্ৰিয়া

अर्थ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

उदाहरण : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

पर्यायवाची : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া

अर्थ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

उदाहरण : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

पर्यायवाची : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-

चौपाल