अर्थ : বিষ্ণুৰ উপাসক তথা ভক্ত
उदाहरण :
বৈষ্ণৱসকলৰ দলটো বিষ্ণু মন্দিৰৰ ফালে গৈ আছে
पर्यायवाची : বিষ্ণুভক্ত
अर्थ : হিন্দুসকলৰ এক সম্প্রদায় যি বিশেষভাৱে বিষ্ণুৰ উপাসনা কৰে
उदाहरण :
শ্যাম বৈষ্ণৱ শিষ্য
पर्यायवाची : বৈষ্ণৱ সম্প্রদায়