सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দ্রৱ পদার্থৰ গতিশীল হৈ থকা কার্য
उदाहरण : নদী পাহাৰৰ পৰা ওলাই সাগৰৰফালে বৈ আহে
पर्यायवाची : প্রৱাহিত হোৱা, বৈ অহা
अर्थ : হাত অথবা যন্ত্রৰে কিছুমান সুতা ওপৰলৈ আৰু কিছুমান সুতা তললৈ নি কোনো বস্তু তৈয়াৰ কৰা কার্য
उदाहरण : সীতাই নিজৰ ্ কেঁচুৱাটোৰ কাৰণে এটা চুৱেটাৰ গুঠি আছে
पर्यायवाची : গাঁথা, গুঠা
इंस्टॉल करें