सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
उदाहरण : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
पर्यायवाची : অসমানতা, প্রভেদ
अर्थ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
उदाहरण : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
पर्यायवाची : অন্তৰাল, আঁৰ, গেপ, ফাঁক
इंस्टॉल करें