अर्थ : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
उदाहरण :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
पर्यायवाची : আইচ
अर्थ : পানীৰ একপ্রকাৰ গোটা ৰূপ
उदाहरण :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
अर्थ : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
उदाहरण :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
पर्यायवाची : হিম