पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভঁ্ৰাল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভঁ্ৰাল   বিশেষ্য

अर्थ : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়

उदाहरण : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে

पर्यायवाची : ভঁ্ৰাল ঘৰ, ভাখাৰী

अर्थ : যিটো গুদামত শস্য ৰখা হয়

उदाहरण : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে

पर्यायवाची : ভঁ্ৰাল ঘৰ

अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

उदाहरण :

पर्यायवाची : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

उदाहरण : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

पर्यायवाची : ভাণ্ডাৰ, সাগৰ

चौपाल