अर्थ : ডাঙৰৰ প্রতি ওপজা শ্রদ্ধা বা আদৰৰ ভাব
उदाहरण :
সাধু, মহাত্মাসকলে জ্ঞান লাভ কৰিবৰ কাৰণে গুৰুৰ প্রতি ভক্তি থকাটো প্রয়োজন বুলি কৈ গৈছে
अर्थ : দেৱ-দেৱী বা ভগৱানত প্রতি থকা বিশেষ প্রেম
उदाहरण :
ঈশ্বৰৰ প্রতি ভক্তি থাকিব লাগে