अर्थ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
उदाहरण :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
पर्यायवाची : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
अर्थ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
उदाहरण :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
पर्यायवाची : টুকুৰা কৰা
अर्थ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
उदाहरण :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
पर्यायवाची : ভাঙি যোৱা
अर्थ : সম্বন্ধ আদি ভাঙি যোৱা
उदाहरण :
চালমাৰ বিয়াখন ভাঙি গʼল