सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ
उदाहरण : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে
पर्यायवाची : কপটাচাৰী, পাষণ্ড
अर्थ : ঠগ-প্রৱঞ্চনা কৰোঁতা
उदाहरण : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
पर्यायवाची : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, শলাল
इंस्टॉल करें