पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভনী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভনী   বিশেষ্য

अर्थ : সম্বন্ধৰ বিচাৰত মাকৰ জীয়েক বা খুৰী, মামী, জেঠী আদিৰ ছোৱালী বা যাক ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত ভগ্নীৰ ্মর্যাদা দিয়া হৈছে

उदाहरण : মোৰ খুৰাৰ ভনী বৰ মৃদু স্বভাৱৰ

पर्यायवाची : ভগিনী, ভগ্নী

अर्थ : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান

उदाहरण : ৰাধা মোৰ নিজা ভনী

पर्यायवाची : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভণ্টি, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ

अर्थ : বয়সত সৰু ভনী

उदाहरण : মোৰ ভণ্টী পঢ়া-শুনাত বৰ চোকা

पर्यायवाची : ভণ্টি, ভণ্টী, সৰু ভণ্টী, সৰু ভনী

चौपाल