पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভাগ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভাগ   বিশেষ্য

अर्थ : সমষ্টি বা সমূহৰ কোনো অংশ

उदाहरण : ইয়াৰ মাজ ভাগ কিছু শকত

पर्यायवाची : অংশ

अर्थ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

उदाहरण : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

पर्यायवाची : ক্ষেত্র

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरण : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

पर्यायवाची : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

अर्थ : কোনো কামত সন্মিলিত হোৱা কার্য

उदाहरण : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

पर्यायवाची : অংশগ্রহণ

अर्थ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

उदाहरण : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

पर्यायवाची : অংশ

अर्थ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

उदाहरण : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

पर्यायवाची : অংশ

अर्थ : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

उदाहरण : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

पर्यायवाची : যা, যা ভাগ

अर्थ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

उदाहरण : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

पर्यायवाची : খণ্ড, টুকুৰা

अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

उदाहरण :

पर्यायवाची : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ

चौपाल