पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভাণ্ডাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভাণ্ডাৰ   বিশেষ্য

अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

उदाहरण : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

पर्यायवाची : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ

अर्थ : বহুত ধন থকা কোষ বা স্থান

उदाहरण : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

पर्यायवाची : কোষ, কোষাগাৰ, খাজানা

अर्थ : সঞ্চিত ধন, জ্ঞান আদি

उदाहरण : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

पर्यायवाची : কোষ, খাজানা, নিধি

अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

उदाहरण :

पर्यायवाची : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

उदाहरण : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

पर्यायवाची : ভঁ্ৰাল, সাগৰ

चौपाल