अर्थ : উত্তম হোৱাৰ অৱস্থা
उदाहरण :
চৰিত্র ভালেই সকলো ভাল
पर्यायवाची : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা
अर्थ : যি ৰুচিৰে ভৰপূৰ
उदाहरण :
তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
पर्यायवाची : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
अर्थ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
उदाहरण :
মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
पर्यायवाची : বঢ়িয়া
अर्थ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
उदाहरण :
এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
पर्यायवाची : বঢ়িয়া