सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
उदाहरण : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
पर्यायवाची : মৰম
अर्थ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
उदाहरण : প্রেম নিস্বার্থ ্ হʼব লাগে
पर्यायवाची : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত
अर्थ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
उदाहरण : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
पर्यायवाची : অনুৰাগ, প্রণয়, প্রীতি, প্রেম
इंस्टॉल करें