अर्थ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
उदाहरण :
মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
पर्यायवाची : বোজা
अर्थ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
उदाहरण :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
पर्यायवाची : বোজা
अर्थ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
उदाहरण :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
पर्यायवाची : বোজা