सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নির্দিষ্ট সময়, স্থান, সীমা আদিৰ মাজত থকা অৱস্থিতি
उदाहरण : মই দুঘণ্টাৰ ভিতৰতে ঘূৰি আহিম
पर्यायवाची : অন্তৰি, ভিতৰতে, ভিতৰি ভিতৰি, ্আঁহে-কোঁহে
अर्थ : কোনো নিশ্চিত সীমা বা স্থান আদিৰ ভিতৰ ভাগ
उदाहरण : অনুগ্রহ কৰি ভিতৰলৈ আহক মোৰ মনৰ ভিতৰত ভয় সোমাই গʼল
पर्यायवाची : অভ্যন্তৰত, ভিতৰলৈ
इंस्टॉल करें