पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ভুৱনেশ্বৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ভুৱনেশ্বৰ   বিশেষ্য

अर्थ : উৰিষ্যা ৰাজ্যৰ ৰাজধানী

उदाहरण : ভুৱনেশ্বৰ এখন মনোৰম পর্যটনৰ চহৰ

अर्थ : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী

उदाहरण : ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়

पर्यायवाची : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ্বৰ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, বিভু, ভগৱান, ভবেশ, মংগলময়, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়

चौपाल