अर्थ : এক প্রকাৰৰ সৰু উদ্ভিদ যাৰ সৰু আৰু দীঘলীয়া আকাৰৰ গুটি তৰকাৰী হিচাপে খোৱা হয়
उदाहरण :
খেতিয়কে খেতি পথাৰত ভেণ্ডী সিঁচি আছে
अर्थ : পাচলি হিচাপে খোৱা এজোপা সৰু গছৰ আঙুলিৰ নিচিনা ফল
उदाहरण :
কবিৰাজৰ মতে ভেণ্ডি উষ্ণ, গ্রাহী আৰু ৰুচিকাৰক ??
पर्यायवाची : ভেণ্ডি