सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রাণবায়ু উৰি যোৱা শৰীৰ
उदाहरण : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
पर्यायवाची : মৃতদেহ, মৰা শ, মৰাশ, লাচ, শ, শৱ, শৱ দেহ
अर्थ : নদী পাৰ হʼবৰ কাৰণে কাঠৰ পাত আদি একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা যতন
उदाहरण : আমি ভূৰেৰে নদী পাৰ হʼলো
पर्यायवाची : ভূৰ
इंस्टॉल करें