सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
उदाहरण : উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
पर्यायवाची : উপভোক্তা
अर्थ : যিয়ে খায়
उदाहरण : সিংহ এবিধ মাংসভোজী জন্তু
पर्यायवाची : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোজক, ভোজনকাৰী, ভোজী
इंस्टॉल करें