सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
उदाहरण : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
पर्यायवाची : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
अर्थ : ততাতৈয়াকৈ খোৱা কার্য
उदाहरण : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
पर्यायवाची : ভক্ষণ কৰা
अर्थ : বাহি থোৱা ভোজন গ্রহণ কৰা
उदाहरण : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
पर्यायवाची : খোৱা
इंस्टॉल करें