अर्थ : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
उदाहरण :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
अर्थ : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
उदाहरण :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
पर्यायवाची : ভুল ধাৰণা