सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
उदाहरण : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
पर्यायवाची : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
अर्थ : সংসাৰ ৰূপী সাগৰ
उदाहरण : প্রকৃত গুৰুৱেহে আমাক ভৱসাগৰ পাৰ কৰাব পাৰিব
पर्यायवाची : ভৱ সাগৰ, ভৱ-সাগৰ, সংসাৰ সাগৰ
इंस्टॉल करें