सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই
उदाहरण : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই
पर्यायवाची : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাধৰ, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ
अर्थ : মʼৰা চৰাইৰ মাইকী
उदाहरण : এই চিৰিয়াখানাত এজনীও মাইকী মʼৰা নাই
पर्यायवाची : মাইকী মʼৰা, মাইকী ময়ূৰ, ময়ূৰী
इंस्टॉल करें